এখন 20 বছৰ পুৰণি স্কুটাৰঃ মাতৃসেৱাৰ সংকল্প যাত্ৰা এজন পুত্ৰৰ

By

Published : Jun 21, 2019, 1:34 PM IST

Updated : Jun 21, 2019, 1:43 PM IST

thumbnail
আজি আমি আপোনাক ক’বলৈ লৈছো 20 বছৰ পুৰণি এখন স্কুটাৰ আৰু মাতৃ-পুত্ৰৰ এক আত্মিক কাহিনী ৷ এওঁলোক হৈছে কৰ্ণাটকৰ ডি কৃষ্ণা কুমাৰ আৰু চুৰা ৰত্না ৷ সম্পৰ্কত দুয়ো মাতৃ-পুত্ৰ ৷ পিচে চৰ্চালৈ পুত্ৰ কৃষ্ণা কুমাৰ মাতৃৰ প্ৰতি থকা স্নেহৰ কাৰ্যত হে ৷ জীৱিত অৱস্থাতে মাতৃক মৰম আৰু মনোকামনা পূৰণৰ অৰ্থে 20 বছৰ পুৰণি এইখন স্কুটাৰেৰে ভাৰতৰ বিভিন্ন স্থানৰ লগতে ধৰ্মীয় স্থলী দৰ্শন কৰোৱাইছে 40 বছৰীয়া পুত্ৰ কৃষ্ণাই ৷ এজন হৃদয়বান পুত্ৰৰ এই মাতৃস্নেহত এতিয়া অত্যন্ত সুখী চড়া ৰত্না ৷ চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...
Last Updated : Jun 21, 2019, 1:43 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.