NRCক লৈ প্ৰমীলাৰাণীৰ প্ৰতিক্ৰিয়া - অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
🎬 Watch Now: Feature Video

অৱশেষত বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পালে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বহুকেইজনে ৷ NRC সকলোৰে বাবে সুখদায়ক আৰু ফলদায়ক হওঁক ৷ যিসকলৰ নাম অহা নাই তেওঁলোক বিভ্ৰান্ত হ'ব নালাগে ৷ তেওঁলোকৰ বাবে সুবিধা আছে ৷ ৰাইজে শান্ত-সুস্থিৰ ভাৱে সকলো কাম আগবঢ়াওক ৷ এইদৰে হিন্দীতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷