উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ - GUWAHATI
🎬 Watch Now: Feature Video

ৰাজ্যৰ চাৰিগৰাকীকৈ বিধায়ক দিল্লীমুখী হোৱাৰ লগে-লগে খালী হৈ পৰা আসনকেইখন দখলৰ বাবে কৌশল ৰচনাত ব্যস্ত হৈছে কংগ্ৰেছ দল ৷ ইয়াৰ বিপৰীতে, এই চাৰিওটা বিধানসভা সমষ্টি দখলৰ বাবে শাসনাধিষ্ঠ বিজেপি দলেও আৰম্ভ কৰিছে হিচাপ-নিকাচ ৷ কেনেদৰে ৰাজনৈতিক দলসমূহে চলাইছে কুচকাৱাচ, চাওঁ আহক এই প্ৰতিবেদন...