আজি পহিলা ব’হাগৰ দিনাই মঙলদৈত বিহুৰ ব্যাপক উচাহ

By

Published : Apr 15, 2021, 2:22 PM IST

thumbnail
আজি পহিলা বহাগ । সৰ্বত্ৰে ৰঙালীৰ উচাহ । মঙলদৈটো বিহুৰ ব্যাপক উৎসাহ দেখা পোৱা গৈছে । আজিৰে পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে ৬৭ তম সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলন । প্ৰথম দিনাই মঙলদৈ গান্ধী ময়দানত বিহুৰ পতাকা উত্তোলন কৰাৰ পিছতে আৰম্ভ হয় বিভিন্ন কাৰ্যসূচীৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.