thumbnail

By

Published : Aug 27, 2021, 9:08 AM IST

ETV Bharat / Videos

নগাঁৱত জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী

নগাঁৱত জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী । মিকিৰ বামুনি গ্ৰাণ্টৰ ওপৰত বিধায়ক গৰাকীয়ে কৰা মন্তব্যৰ বাবেই এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে নগাওঁ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰামকে ধৰি কেইবাটাও সংগঠনে । মিকিৰ বামুনি গ্ৰাণ্টৰ আজুৰ কোম্পানীৰ স্থান বন্যহস্তীৰ কৰিডৰ নহয় বুলি মন্তব্য কৰাৰ পিছতে বন্যহস্তীয়ে আকৌ ফেনচিং ভঙাৰ পিছত এই ধৰ্ণা কাৰ্যসূচী হাতত লয় যদিও আৰক্ষীয়ে আহি বাধা প্ৰদান কৰে । উল্লেখ্য যে, যোৱা 26 জানুৱাৰীৰ পৰা মিকিৰ বামুনি গ্ৰাণ্টত প্ৰতিবাদী কাৰ্যসূচী চলাই আছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.