সুৰা ট্ৰেজেডীৰ পিছত নিষিদ্ধ হ'লনে চুলাই আৰু লালী গুৰ ? - বিষাক্ত সুৰা
🎬 Watch Now: Feature Video

বিষাক্ত সুৰাৰ বাবে গোলাঘাট আৰু যোৰহাটত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিস্থিতিৰ ৷ বিষাক্ত চুলাই সেৱনৰ ফলত মৃত্যু হৈছিল 168 জনকৈ লোকৰ ৷ চকুৰ সন্মুখত তিলতিলকৈ মৃত্যু হৈছিল কাৰোবাৰ সন্তান, কাৰোবাৰ পিতৃ-মাতৃৰ ৷ সুৰাই নিথৰুৱা কৰিছিল শ শ পৰিয়াল ৷ কিন্তু ইয়াৰ পিছত কি শিক্ষা ল'লে , ভুক্তভোগী ,চৰকাৰ-প্ৰশাসন তথা আৱকাৰী বিভাগে ?