বোকা চটিওৱা ৰাজনীতি ভাল নাপায় নেত্ৰ কাইয়ে - ইটিভি ভাৰত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2019, 10:59 PM IST

গুৱাহাটী,২০ এপ্ৰিল: নিৰ্বাচন আহে আৰু যায় । নিৰ্বাচনৰ সময়ত কোনো ব্যক্তিয়ে যাতে নিজৰ স্থিতি সলনি নকৰি,বিবেকেৰে ভোট দিয়ে তাৰ বাবে আহ্বান বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাৰ । শনিবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে নেত্ৰকাই খ্যাত অভিনেতা অৰুণ হাজৰিকাই । লগতে, নাচি-বাগি নাটক কৰি বোকা চটিওৱা ৰাজনীতি অৰুণ হাজৰিকাই ভাল নাপায় বুলি মন্তব্য কৰি ভৱিষ্যতে ৰাজনীতি লৈ যোৱাৰ কোনো উদ্দেশ্য নাই বুলি জানিবলৈ দিয়ে সাংবাদিকক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.