তিনিচুকীয়াত উপস্থিত বিজেপি দলৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী - পৱন সিং ঘাটোৱাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 23, 2019, 1:41 PM IST

তিনিচুকীয়া, 23 মে': লোকসভা নিৰ্বাচন 2019ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে তিনিচুকীয়াৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী ৷ ৰামেশ্বৰ তেলীয়ে এক লাখতকৈও অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছী প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰক পিছ পেলাই অগ্ৰগতি লাভ কৰি আছে ৷ এই সন্দৰ্ভত তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.