thumbnail

জন্মদিন পালন নে আসুৰিক তৃপ্তি ? শিয়ঁৰি উঠিব আপুনিও...

By

Published : Mar 31, 2022, 5:40 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

মূৰত কণী, শৰীৰৰ চিয়াঁহীৰ লেপন(Spraying black ink on body) ৷ চেলোটেপেৰে বান্ধি সমগ্ৰ অঞ্চল ঘূৰোৱা হৈছে এটি কিশোৰক ৷ সকলোৱে আশ্চৰ্যতাৰে লক্ষ্য কৰিছে কিশোৰটিক ৷ পশ্চিমবংগৰ মেদিনীপুৰৰ দৃশ্য এইয়া ৷ কিন্তু কোনো অপৰাধ কৰা নাই কিশোৰটোৱে ৷ আচলতে কিশোৰটোৰ জন্মদিনহে পালন কৰা হৈছে ৷ তেওঁৰ সতীৰ্থসকলে এনেদৰে পালন কৰে জন্মদিন ৷ মেদিনীপুৰ চহৰৰ বিদ্যাসাগৰ বিদ্যাপীঠ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰজনৰ শনিবাৰে আছিল ১৫ তম জন্মদিন(Birthday celebration turns scary in West Bengal) । ছাত্ৰজনৰ জন্মদিন উপলক্ষ্যে তেওঁৰ প্ৰায় 10-12 জন বন্ধুৱে ফোন কৰি এনেদৰে জন্মদিনৰ চাৰপ্ৰাইজ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.