thumbnail

By

Published : Jun 23, 2020, 12:57 PM IST

ETV Bharat / Videos

কৰ'ণা সম্পৰ্কীয় বিশ্বজোৰা শেহতীয়া সকলো তথ্য

বিশ্বত কৰ'ণাৰ সংহাৰী ৰূপে বিধ্বস্ত কৰিছে জন জীৱন, অৰ্থনীতি তথা শিক্ষা ব্যৱস্থা ৷ কৰ'ণাৰ ফলত বহু দেশত অচল হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ এই পৰ্যন্ত বৰ্তমানলৈকে বিশ্বত 9,188,363 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে,মৃত্যুক আঁকোৱালি লৈছে 474,339 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 2,388,153 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 122,610 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ভাৰতত একেদৰে 440,215 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 14,011 গৰাকীলৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.