ড্ৰ'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব বিশ্ব বৃহত্তম ষ্টেডিয়ামখন ৷ - মোটেৰা ষ্টেডিয়াম
🎬 Watch Now: Feature Video

গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ হৈছে বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখন ৷ এই ষ্টেডিয়ামত মুঠ আসনৰ সংখ্যা হৈছে 110000 খন ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড্ৰ'নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণত উদ্বোধন কৰিব এই "মোটেৰা ষ্টেডিয়াম"খন ৷ অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ড্ৰ'নাল্ড ট্ৰাম্পে ৷