thumbnail

উত্তৰাখণ্ড : বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, উদ্ধাৰ অভিযান অব্যাহত

By

Published : Jul 29, 2020, 1:58 PM IST

বুধবাৰে বদ্ৰীনাথৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ চামোলি জিলাৰ কোড়িয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পাহাৰৰ পৰা ভূমিস্খলন হোৱাত পথটো বন্ধ হৈ পৰে ৷ বৰ্তমান আবদ্ধ হৈ পৰা পথটোত উদ্ধাৰ অভিযান অব্যাহত আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.