thumbnail

কৰ্ণাটকত অজগৰক আক্ৰমণ বাঘৰ: ভিডিঅ’ ভাইৰেল

By

Published : Mar 16, 2021, 4:09 PM IST

কৰ্ণাটকৰ এণ্টাৰাচান্তে বনাঞ্চলত অজগৰক আক্ৰমণ কৰে এটা বাঘে ৷ এই দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত ৷ নাগৰাহোলৰ কাকানাকোট চাফাৰীলৈ যোৱা এজন পৰ্যটকে কেমেৰাত বন্দী কৰিছে এই দৃশ্য ৷ চাওক এই ভাইৰেল ভিডিঅ’...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.