কিংবদন্তি শিল্পী এম.এছ শুবুলক্ষ্মীৰ 104 সংখ্যক জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম - ৰেমন মেগছেছে
🎬 Watch Now: Feature Video
কিংবদন্তি কৰ্ণাটিক কণ্ঠশিল্পী এম.এছ শুবুলক্ষ্মীয়ে 1916 চনৰ 16 ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল ৷ শুবুলক্ষ্মী সৰ্বকালৰ প্ৰথমগৰাকী সংগীতশিল্পী আছিল যি সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে বিভূষিত হৈছিল ৷ লগতে তেৱেই ভাৰতৰ প্ৰথমগৰাকী সংগীত শিল্পী আছিল, যিগৰাকীয়ে ৰেমন মেগছেছে বঁটাও লাভ কৰিছিল ৷ আজি 16 ছেপ্তেম্বৰত তেওঁৰ 104 সংখ্যক জন্মবাৰ্ষিকীত ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো সশ্ৰদ্ধ প্ৰণাম ৷