নৱনিৰ্মিত চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত আয়োজন "নমস্তে ট্ৰাম্প" - সবৰমতী আশ্ৰম
🎬 Watch Now: Feature Video

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ গোলকীয় মহাশক্তিৰ মাজৰ সম্বন্ধক চাবলৈ সাজু সমগ্ৰ পৃথিৱী ৷ নৱনিৰ্মিত চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত আয়োজিত এই অনুষ্ঠানত 1.25 জনতাৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে ৷