thumbnail

বাপুৰ জবলপুৰ ভ্ৰমণ, অস্পৃশ্যসকলৰ বাবে হৰিজন শব্দৰ ব্যৱহাৰ !

By

Published : Aug 28, 2019, 11:00 AM IST

Updated : Aug 28, 2019, 4:14 PM IST

1933 চনত গান্ধীজীৰ দ্বিতীয়টো জবলপুৰ ভ্ৰমণত থমবাৰৰ বাবে অস্পৃশ্যসকলৰ বাবে হৰিজন শব্দটো ব্যৱহাৰ কৰিছিল ৷ জবলপুৰত থকাৰ সময়তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ সভাত "হৰিজন আন্দোলন" ৰ সূচনা কৰিছিল ৷ জবলপুৰ চহৰতেই বাপুৱে জীৱনৰ উত্থান-পতন অনুভৱ কৰিছিল ৷
Last Updated : Aug 28, 2019, 4:14 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.