উত্তৰ-প্ৰদেশৰ 31 খন স্পৰ্শকাতৰ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - অযোধ্যা নিৰাপত্তা ব্যৱস্থা
🎬 Watch Now: Feature Video
অযোধ্যাৰ বিবদমান ভূমিৰ ৰায়দানৰ পাচতেই সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন ৷ উত্তৰ-প্ৰদেশৰ 31 খন জিলাত প্ৰশাসনৰ হাই এলাৰ্ট জাৰি ৷ অস্থায়ী কাৰাগাৰ সাজু কৰাৰ লগতে ৰাজ্যখনলৈ কেন্দ্ৰই প্ৰেৰণ কৰিছে 4000 নিৰাপত্তাৰক্ষী ৷