লোকসভাৰ শপত গ্ৰহণত ভাষাগত বৈচিত্ৰৰ সমাহাৰ - গৃহমন্ত্ৰী অমিত শ্বাহ
🎬 Watch Now: Feature Video
সোমবাৰে অনুষ্ঠিত হোৱা 17 সংখ্যক লোকসভাৰ শপত গ্ৰহণত দেখা পোৱা গ'ল ভাষাগত বৈচিত্ৰৰ সমাহাৰ ৷ বহুসংখ্যক সাংসদে শপত গ্ৰহণৰ বাবে নিজ নিজ আঞ্চলিক ভাষাক বাছি লোৱা দেখা গ'ল ৷