কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য কি ?

By

Published : Jul 26, 2021, 2:08 PM IST

thumbnail

1999 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে চুবুৰীয়া পাকিস্তানৰ বিৰুদ্ধে 60 দিনৰ যুদ্ধৰ পৰিণতিত বিজয় সাব্যস্ত কৰিছিল ৷ ভাৰতৰ বীৰ জোৱান সকলে সেইদিনা পাকিস্তানী সেনাক পৰাভূত কৰি সু-উচ্ছ কাৰ্গিলৰ শিখৰত বিজয় নিচান উৰুৱাইছিল । 60 দিন ধৰি চলা এই সশস্ত্ৰ যুদ্ধৰ অন্তত ভাৰতীয় সেনাই বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱা দিনটোক সেই তেতিয়াৰে পৰা কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে ৷ 1999 চনৰ মে’ৰ পৰা জুলাই পৰ্যন্ত এই যুদ্ধ চলিছিল Line of Actual Control অথবা LOC ৰ সমীপৰ কাশ্মীৰৰ কাৰ্গিল উপত্যকাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.