কাৰ্গীল বিজয় দিৱস - কাৰগীল বিজয় দিৱস
🎬 Watch Now: Feature Video

1999ৰ 26 জুলাইত ভাৰত বিজয় হৈছিল 'অপাৰেচন বিজয়'ত ৷ পাকিস্তানৰ লগত 60 দিনৰ যুদ্ধৰ অন্তত এই সাফল্য লাভ কৰিছিল ভাৰতে ৷ তেতিয়াৰ পৰাই 26 জুলাইৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰা হয় ৷ কাৰ্গীল যুদ্ধৰ 20 বছৰ সম্পন্ন হ’ব 2019ত ৷ সেই উপলক্ষে ভাৰতীয় সেনায়ে বিভিন্ন কাৰ্যসূৰীৰে পালন কৰিব কাৰ্গীল বিজয় দিৱস ৷