দিল্লী হিংসা : মৌজপুৰ এলেকাত আৰক্ষী চিআইএছএফৰ তহলদাৰী - ব্যাপক হিংসাত জৰ্জৰিত হৈ পৰা উত্তৰ-পূব দিল্লী
🎬 Watch Now: Feature Video

ব্যাপক হিংসাত জৰ্জৰিত হৈ পৰা উত্তৰ-পূব দিল্লীত নিয়োগ কৰা হৈছে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল ৷ অঞ্চলটোৰ মৌজপুৰ এলেকাত আৰক্ষী আৰু চিআইএছএফৰ দলে নিয়মীয়া তহলদাৰীৰে শান্তি স্থাপন কৰিবলৈ সমৰ্থ হৈছে ৷ উল্লেখ্য যে, দিল্লীৰ হিংসাত এতিয়ালৈকে 24 গৰাকী লোক নিহত হৈছে ৷