গোৱালিয়ৰ এয়াৰ বেছত কাৰ্গিল যুদ্ধৰ 20 বছৰীয়া জয়ন্তী উদযাপন - এয়াৰ বেছ
🎬 Watch Now: Feature Video

ভাৰতীয় বায়ু সেনাৰ গোৱালিয়ৰ এয়াৰ বেছত কাৰ্গিল যুদ্ধৰ 20 বছৰীয়া জয়ন্তী উদযাপন ৷ টাইগাৰ হিলৰ প্ৰতীকি নিৰ্মাণ কৰি ‘অপাৰেচন বিজয়’ত ব্যৱহাৰ হোৱা বিমানৰে যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰে বায়ু সেনাই ৷ এই অনুষ্ঠানত এয়াৰ চিফ মাৰ্শ্বেল বি এচ ধানুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ বীৰসকল আৰু সেনা বাহিনীৰ বহু লোক উপস্থিত থাকে ৷