হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত - হায়দৰাবাদত ধাৰাষাৰ বৰষুণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2021, 5:39 PM IST

হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত । ইতিমধ্যে হায়দৰাবাদ পৌৰ নিগম বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে হাই এলাৰ্ট জাৰি কৰিছে । বতৰ বিভাগে পৰৱৰ্তী কেইদিনমানৰ বাবে সমগ্ৰ তেলেংগানাত পাতল বৰষুণৰ আগজাননী দিছে । ৰাজ্যখনৰ মেডাক, বিকাৰাবাদ, কৰিমনগৰ, চাংগাৰেড্ডী, ৰাংগাৰেড্ডী আৰু পেড্ডাপল্লী আদি জিলাত ২৫-৩০ মিলিমিটাৰ বৰষুণ হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.