thumbnail

ছট্টিশগড়ত ম’বাইল টাৱাৰৰ পৰা জঁপিয়াই আত্মহত্যা সুৰাসক্ত যুৱকৰ

By

Published : Dec 17, 2020, 10:52 PM IST

ছট্টিশগড়ত বৃহস্পতিবাৰে এটা ম’বাইল টাৱাৰৰ পৰা জঁপিয়াই মৃত্যুক সাৱটি লয় এজন নিচাসক্ত যুৱকে ৷ আৰক্ষী বিষয়া প্ৰকাশ এলিয়াছে জানিবলৈ দিয়া অনুসৰি, পাপ্পু নামৰ 22 বছৰীয়া যুৱকজনে সুৰা সেৱন কৰি এটা ম’বাইল টাৱাৰৰ ওপৰত উঠে ৷ এই দৃশ্য কিছু স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱকজনক তললৈ নামি আহিবলৈ বহুবাৰ অনুৰোধ কৰে ৷ যুৱকজনে ঘৰুৱা আৰ্থিক সমস্যাৰ বাবে এইদৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰে ৷ চাওঁক এই ভাইৰেল ভিডিঅ’...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.