thumbnail

By

Published : Jul 4, 2020, 3:27 PM IST

ETV Bharat / Videos

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া পৰিসংখ্যা

ভাৰতবৰ্ষত কৰ'ণাৰ সংক্ৰমণ 7 লক্ষাধিক অতিক্ৰমৰ দিশে । 4 জুলাইলৈ 6,48,315 গৰাকীলৈ দেশত বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । অৱশ্যে এই পৰ্যন্ত দেশত 3,94,226 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে । বৰ্তমান সমগ্ৰ দেশতে 2,35,433 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে আৰু এই পৰ্যন্ত 18655 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক । কৰ'ণাৰ সংক্ৰমণ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীত । মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা হ'লগৈ 1,92,990 গৰাকী । একেদৰে তামিনলাডুত 1,02,721 গৰাকী আৰু দিল্লীত 94,695 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । দেশৰ ভিন্ন ৰাজ্যত COVID-19 ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.