thumbnail

By

Published : Jan 15, 2021, 11:02 AM IST

ETV Bharat / Videos

বিষাক্ত ফেটি সাপ ধৰিবলৈ গৈ সাপৰ আক্ৰমণৰ মুখামুখী উদ্ধাৰকাৰী : ভিডিঅ’ ভাইৰেল

কৰ্ণাটকৰ ৰিপ্পোনপেটেৰ প্ৰখ্যাত সৰ্প উদ্ধাৰকাৰী প্ৰভাকৰে এটি অতি বিষাক্ত ফেটি সাপ ধৰিবলৈ যোৱাৰ সময়তে সাপটোৱে দংশন কৰে প্ৰভাকৰক ৷ অৱশ্যে বিষাক্ত ফেটি সাপডালে কোনো ক্ষতি কৰিব নোৱাৰিলে সাহসী প্ৰভাকৰৰ ৷ ইতিমধ্যে উদ্ধাৰৰ সময়ত বিষাক্ত ফেটি সাপ আৰু প্ৰভাকৰৰ এই যুদ্ধৰ দৃশ্য সকলোতে হৈ পৰিছে ভাইৰেল ৷ চাওঁক এই ভাইৰেল ভিডিঅ’টি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.