thumbnail

মাছমৰীয়াৰ জালত লগা এটা দুই লাখ টকীয়া মাছ

By

Published : Nov 2, 2019, 10:05 PM IST

এটা মাছৰ দাম বাৰু সৰ্বাধিক কিমান হ'ব পাৰে ? এহাজাৰ , দুহেজাৰ অথবা 5 হাজাৰ ৷  কিন্তু আজি আমি আপোনালোকক দেখুৱাম এটা লাখ টকীয়া মাছ ৷ উৰিষ্যাৰ কেন্দ্ৰাপাৰাৰ বংগোপ সাগৰত এজন মাছমৰীয়াৰ জালত লাগিছে এই লাখ টকীয়া মাছটো ৷ চাওঁক এই প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.