কঠিয়াতলী শগুণবাহীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

By

Published : Mar 29, 2022, 5:41 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
মঙলবাৰে নগাঁৱৰ কঠিয়াতলী শগুণবাহী চাহ বাগানত অসম চাহ মজদুৰ সংঘই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (ACMS Protest in Nagaon) ৷ চৰকাৰে চাহ শ্ৰমিকসকলক দীৰ্ঘদিন ধৰি অৱমাননা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকক ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘই ৷ লগতে শ্ৰমিকসকলক 351 টকাকৈ দৈনিক হাজিৰা দিয়াৰ লগতে বনাচ আৰু ভাট্টা সমূহ বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰে অসম চাহ মজদুৰ সংঘই (Demanded an increase in tea garden workers‘ wage) ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.