thumbnail

By

Published : Mar 28, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

বাক্সাৰ মুছলপুৰত অংগনবাদী কৰ্মী সহায়িকাৰ ধৰ্মঘট

বাক্সাৰ মুছলপুৰত অংগনবাদী কৰ্মী-সহায়িকাৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ(Anganwadi workers stages protest in Baksa) ৷ সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত অংগনবাদী কৰ্মী-সহায়িকাই হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে অংগনবাদী কৰ্মী-সহায়িকাক মাননীৰ সলনি মুজুৰি প্ৰদান, নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান, মিনি কেন্দ্ৰ সমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, খালি হৈ থকা পদত কৰ্মৰত সহায়িকা কৰ্মী পদলৈ পদোন্নতি, অৱসৰপ্ৰাপ্ত কৰ্মী সকলৰ বয়স বৃদ্ধিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰে ৷ চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নল'লে অনাগত দিনত জংগী আন্দোলনৰ গঢ়ি তোলাৰো হুংকাৰ দিয়ে অংগনবাদী কৰ্মী-সহায়িকা সন্থাৰ সম্পাদিকা বীনা বৈশ্যই ।
Last Updated : Feb 3, 2023, 8:21 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.