হিমন্ত চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক ললিপপ আখ্যা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
🎬 Watch Now: Feature Video

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেটক(Assam Budget 2022-23) ললিপপ আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ(AJYCP reactions to Assam Budget 2022 23) । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ আশ্বস্ত নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । পূৰ্বৰ বাজেটত ধাৰ্য কৰা আঁচনি ৰূপায়ণৰ খতিয়ান ৰাজহুৱা কৰাৰ আহ্বান সংগঠনটোৰ। কেন্দ্ৰীয় চৰকাৰৰ ধনৰ ৫০ শতাংশও ব্যৱহাৰ কৰাত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ । চৰকাৰখনে কাম কৰাৰ বিপৰীতে কেৱল ঢাক ঢোল বজোৱাতে ব্যস্ত থকাৰো অভিযোগ সংগঠনটোৰ ।
Last Updated : Feb 3, 2023, 8:20 PM IST