thumbnail

ADTUত মুম্বাইৰ জনপ্ৰিয় কণ্ঠশিল্পী আস্থা গীলৰ সংগীতৰ মূর্ছনা

By

Published : Mar 27, 2022, 9:23 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

25 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় (Assam down town University) ত অনুষ্ঠিত হোৱা 'ATTITUDE 2022' শীৰ্ষক সংস্কৃতিক অনুষ্ঠানৰ শনিবাৰে সামৰণি পৰে । অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অযোজন কৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে মুম্বাইৰ জনপ্ৰিয় কণ্ঠশিল্পী আস্থা গীল (Aastha Gill performance at ADTU) । বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে এটাৰ পিছত এটাকৈ কেইবাটাও চুপাৰহিট গীত পৰিৱেশনৰ লগতে গীতৰ তালে তালে নৃত্যও প্ৰদৰ্শন কৰা দেখা যায় ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.