Human Trafficking: গুজৰাটত দুষ্ট চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱক-যুৱতী

By

Published : Feb 22, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail
গুজৰাটত দুষ্ট চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ৮ গৰাকী অসমৰ যুৱক-যুৱতী (8 women rescued from human traffickers in Gujarat) । কাম দিয়াৰ প্ৰলোভনেৰে গুজৰাটলৈ লৈ গৈছিল উদ্ধাৰ হোৱা যুৱক-যুৱতী কেইগৰাকীক । তামুলপুৰৰ জিলাৰ বৰকাজুলি, চাহেব টোপা, ভাংবাৰী, বাঁহবাৰী আদি স্থানৰ পৰা কামৰ প্ৰলোভনেৰে মঞ্জনা ৰাজবংশী নামৰ এগৰাকী মহিলাই লৈ গৈছিল গুজৰাটলৈ । গুজৰাটৰ পৰা আৰক্ষীৰ সহযোগত SSB ৰ ২৪ নম্বৰ বেটেলিয়নে উদ্ধাৰ কৰে আটাইকেইজন লোকক (Human Trafficking in Gujarat) । ৰে’লযোগে গুৱাহাটী অনাৰ পিছত পোনে পোনে উদ্ধাৰ হোৱা লোকসকলক লৈ অনা হয় তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীলৈ ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.