Poem in Politics: স্ব-ৰচিত হিন্দী কবিতাৰে বিজেপিক আক্ৰমণ আৰ পি শৰ্মাৰ - ৰাজনীতিত কবিতা
🎬 Watch Now: Feature Video
তেজপুৰত এইবাৰ প্ৰাক্তন বিজেপিৰ সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছৰ নেতা ৰাম প্ৰসাদ শৰ্মাই কবিতাৰে আক্ৰমণ কৰিলে বিজেপিক (R P Sharma as poet) ৷ হিন্দী কবিতাৰে বিজেপি দলক আক্ৰমণ প্ৰাক্তন সাংসদগৰাকীৰ ৷ ৰূপীয়া কা বাহাৰ হ্যে শীৰ্ষক স্বৰচিত কবিতাটোৱে বিজেপি দলৰ মাজত তোলপাৰ লগাব বুলি আশাবাদী আৰ পি শৰ্মা ৷ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে, এতিয়া পুৰণি বিজেপিৰ স্থান নাই বিজেপি দলত (RP Sarma criticizes BJP) ৷ বাহিৰৰ লোকে দখল কৰিছে বিজেপি । সেই বাবেই তেওঁ কংগ্ৰেছত যোগদান কৰিছিল, কাৰণ বিজেপি কংগ্ৰেছৰ ‘B’ টিম । লগতে তেও কয়, বিজেপিয়ে ভয় আৰু ভাবুকিৰে পৌৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে ।
Last Updated : Feb 3, 2023, 8:17 PM IST