ধেমাজিৰ ট্ৰেজেডী তথ্যচিত্ৰৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - Dhemaji tragedy documentary
🎬 Watch Now: Feature Video
২০০৪ চনৰ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত বোমা বিস্ফোৰনে আজিও হয়তো বুকু কঁপাই তোলে বহু মাতৃৰ (2004 Dhemaji school bombing)। স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আলফাৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৩ জনকৈ লোকে । বোমা বিস্ফোৰণৰ পিছতেই সেই সময়ৰ এগৰাকী মন্ত্ৰীৰ নামো সাঙোৰ খাই পৰিছিল বিতৰ্কত । মৃতদেহৰ শাৰীতেই থকা এগৰাকী ছাত্ৰী কিদৰে ৰক্ষা পৰিছিল, ধেমাজি কাণ্ডক লৈ নিৰ্মাণ কৰা হৈছিল ‘ধেমাজিৰ ট্ৰেজেডী’(Dhemaji tragedy documentary) নামৰ এখন তথ্যচিত্ৰ । তথ্যচিত্ৰ নিৰ্মাণৰ সময়ত অস্ত্ৰধাৰী যুৱকৰ ভাবুকিৰ সন্মুখীন হৈছিল তথ্যৰ পৰিচালক পাৰ্থজিৎ বৰুৱা । কি আছে তথ্য চিত্ৰ ধেমাজিৰ ট্ৰেজেডীত? ধেমাজি ট্ৰেজেডিৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ(Director Parthajit Baruah) সৈতে ই টি ভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ।
Last Updated : Feb 3, 2023, 8:26 PM IST