Run for unity: টীয়কত ৰাষ্ট্ৰীয় একতা দিৱস পালন - Run of Unity on the occasion of National Unity Day
🎬 Watch Now: Feature Video

দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ অগ্ৰণী মহিলাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস(National Unity Day)ৰ লগত সংগতি ৰাখি 'একতাৰ দৌৰ' শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে(Run of Unity on the occasion of National Unity Day) । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ মহানন্দ নেওগ আৰু ১১৯ নং চি আৰ পি এফৰ বিষয়া মীৰ হুছেইনে ফ্লেগ অফ কৰা এই কাৰ্যসূচীত ১১৯ নং চি আৰ পি এফৰ জোৱান সকল, টীয়ক ক্ৰীড়া সন্থা, নেহৰু যুৱ কেন্দ্ৰ যোৰহাট, টীয়ক চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, টীয়ক আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি বিদ্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, ফুটবল কচিং চেন্টাৰৰ খেলুৱৈসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়(Run for unity) ।
Last Updated : Feb 3, 2023, 8:30 PM IST