Mime workshop at Ahatguri: অকণিৰ কবিতা ঘৰৰ উদ্যোগত আঁহতগুৰিত মুকাভিনয় কৰ্মশালা - অকণিৰ কবিতা ঘৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 21, 2022, 1:33 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

১৯৯৪ চনতে স্থাপিত হোৱা ৰহাৰ অকণিৰ কবিতা ঘৰ নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে শিশুৰ শিক্ষা, বৌদ্ধিক বিকাশ, স্বাস্থ্য, সাহিত্যৰ লগতে শৰীৰ চৰ্চাৰ দৰে কাৰ্য্যত অগ্ৰণী ভুমিকা পালন কৰি আহিছে ৷ উক্ত অনুষ্ঠানটোয়ে নিজৰ শাখা হিচাপে ২০১০ চনতে জন্ম দিয়া অন্যতম শাখা হল আঁহতগুৰি অকণিৰ কবিতা ঘৰ(Mime workshop at Ahatguri) ৷ আঁহতগুৰিৰ এই অকণিৰ কবিতা ঘৰৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত মুকাভিনয় কৰ্মশালাৰ কাৰ্য্যসূচীৰ দেওবাৰে সফল সামৰণি পৰে(End of Mime Workshop) ৷ এশৰো অধিক কণ কণ শিশুক মূকাভিনয়ৰ প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষক উমানন্দ হাজৰিকাই ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.