thumbnail

By

Published : Mar 9, 2022, 12:54 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / Videos

Municipal Election Results: তিতাবৰ পৌৰসভাৰ শেষ হাঁহি মাৰিলে বিজেপিয়ে

অৱশেষত ইটিভি ভাৰতৰ হাতত আহি পৰিছে তিতাবৰ পৌৰসভাৰ ফলাফল (Titabor Municipal Election Results) । তিতাবৰ পৌৰসভাত বিজেপি দলে ৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে চাৰিখন আসনত জয়লাভ কৰিছে (Assam Municipal Election 2022) । প্ৰাপ্ত তথ্য অনুসৰি, তিতাবৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল এনেধৰণৰ - ১নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰূপা দত্ত শইকীয়া, ২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অনন্ত কছাৰী, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী দ্ৰোণ গগৈ, ৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰশ্মিৰেখা ভট্টাচাৰ্য, ৫ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰতিমা দাস, ৬নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰণামিকা গগৈ, ৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ডম্বৰুধৰ শইকীয়া, ৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নীপা লাহন, ৯ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত শর্মা আৰু ১০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাজীৱ দত্তই শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.