ETV Bharat / sukhibhava

Soaked Raisins Benefits: আজিৰ পৰাই খালী পেটত তিয়াই থোৱা কিচমিচ খাবলৈ আৰম্ভ কৰক, দূৰ হ’ব এইসমূহ সমস্যা

Eating Empty Stomach Raisins: যদি আপোনাৰ মুখত ব্ৰণ, দাগ আদিৰ সমস্যা আছে আৰু ছালখন দাগহীন কৰিব বিচাৰে, তেন্তে খালী পেটত কিচমিচ খাবলৈ আৰম্ভ কৰক । ইয়াৰ লগে লগে আপোনাৰ পিম্পলছৰ সমস্যা অতি সোনকালে নাইকিয়া হ’ব ।

author img

By

Published : Aug 1, 2023, 3:35 PM IST

benefits of eating raisins soaked in water overnight
খালী পেটত তিয়াই থোৱা কিচমিচ

বহু মহিলাৰ ব্ৰণ আৰু মুখত দাগ পৰাৰ সমস্যা থাকে । বহু সময়ত আপুনি হয়তো বজাৰত উপলব্ধ প্ৰসাধন সামগ্ৰীও ব্যৱহাৰ কৰি ছালখন পৰিষ্কাৰ কৰে । কিন্তু কিছুদিন ভালে থকাৰ পিছত পুনৰ আগৰ দৰে সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে । যাৰ বাবে মুখমণ্ডল বেয়া দেখাবলৈ আৰম্ভ কৰে । ইয়াত আমি আপোনালোকক কম এটা বিশেষ ঘৰুৱা উপায় যাৰ জৰিয়তে আপুনি দাগবিহীন ছাল পাব পাৰে ।

হয়, প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা কিচমিচ খালে ছালৰ লগত জড়িত সকলো সমস্যা নিৰাময় হয় । আজিৰ পৰা নিজেই চেষ্টা কৰিব পাৰিব । কেৱল এয়াই নহয়, যদি আপুনি খালী পেটত তিয়াই থোৱা কিচমিচৰ পানী খায়, তেন্তে ই আচৰিত উপকাৰিতা সাধন হয় । ইয়াক খোৱাৰ পদ্ধতি আৰু উপকাৰিতা জানো আহক...

কিচমিচৰ পানী

যদি আপোনাৰ মুখত পিম্পল আৰু দাগ পৰাৰ সমস্যা আছে, তেন্তে প্ৰতিদিনে পুৱা খালী পেটত কিচমিচৰ পানী খাবলৈ আৰম্ভ কৰক । এইটো আপোনাৰ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰক । ইয়াৰ বাবে প্ৰতি নিশা শুৱলৈ যোৱাৰ আগত ১৫ৰ পৰা ২০টা কিচমিচ ভালদৰে পানীৰে ধুব লাগে । ইয়াৰ পিছত ৰাতিটো পৰিষ্কাৰ পানীত তিয়াই থ’ব দিব । ৰাতিপুৱা সাৰ পাই খালী পেটত পান কৰক ।

তিয়াই থোৱা কিচমিচ কিয় খাব লাগে ?

যদি আপোনাৰ ছালৰ লগত জড়িত কোনো সমস্যা আছে, তেন্তে তিয়াই থোৱা কিচমিচ খাবলৈ আৰম্ভ কৰক । ইয়াৰ ফলত আপোনাৰ মুখতো আচৰিত ধৰণৰ জিলিকনি আহিব । মাত্ৰ ১০ৰ পৰা ১৫টা কিচমিচ ৰাতিটো তিয়াই থ’ব লাগিব । ৰাতিপুৱা সাৰ পাই খালী পেটত খাব । ইয়াৰ লগে লগে কেইদিনমানৰ পিছত আপোনাৰ ছালখন চিকচিকিয়া দেখাবলৈ আৰম্ভ কৰিব ।

লগতে পঢ়ক: Green Tea And Milk Tea Combination: গ্ৰীণ টী আৰু গাখীৰৰ চাহ একেলগে খোৱা উচিত নে ? এয়া স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি

লগতে পঢ়ক: Aloe vera Benefits: এলোভেৰাই দূৰ কৰিব মুখৰ দাগ-বলিৰেখা, কেৱল ৰাতি এনেদৰে কৰক প্ৰয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.