ওদালগুৰি,21জুনঃ ওদালগুৰিৰ ওৰাঙৰ আওনাজুলিত বৃহস্পতিবাৰে নিশা পিতৃৰ হাতত সদ্য বিবাহিত পুত্ৰৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে ওদালগুৰিত । জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত পুত্ৰ সুজন বসুমৰাৰী আৰু পিতৃ তপন বসুমতাৰীৰ মাজত সামান্য কথাতে কাজিয়াৰ সৃষ্টি হয় । এই কাজিয়াই পিছত হত্যাকাণ্ডৰ ৰূপ লয় । যাৰ পাচত পিতৃ তপন বসুমতাৰীৰ দাৰ ঘাপত থিতাতে নিহত হয় ২৫ বছৰীয়া পুত্ৰ সুজন বসুমতাৰী । উল্লেখ্য যে, নিহত সুজন বসুমতাৰীয়ে মাত্ৰ তিনি সপ্তাহৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । ইপিনে এই ঘটনা সংঘটিত কৰিয়েই ঘৰৰ পৰা পলায়ন কৰিছে পিতৃ তপন বসুমতাৰীয়ে ।
ওৰাঙত পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ - Orang
ওদালগুৰিৰ ওৰাঙত সংঘটিত হ'ল এক হত্যাকাণ্ডৰ ঘটনা ৷ পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ ৷ নিহত যুজক জন হ'ল সুজন বসুমতাৰী ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন পিতৃ তপন বসুমতাৰীৰ । ৩ সপ্তাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মৃত সুজন ৷
ওদালগুৰি,21জুনঃ ওদালগুৰিৰ ওৰাঙৰ আওনাজুলিত বৃহস্পতিবাৰে নিশা পিতৃৰ হাতত সদ্য বিবাহিত পুত্ৰৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে ওদালগুৰিত । জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত পুত্ৰ সুজন বসুমৰাৰী আৰু পিতৃ তপন বসুমতাৰীৰ মাজত সামান্য কথাতে কাজিয়াৰ সৃষ্টি হয় । এই কাজিয়াই পিছত হত্যাকাণ্ডৰ ৰূপ লয় । যাৰ পাচত পিতৃ তপন বসুমতাৰীৰ দাৰ ঘাপত থিতাতে নিহত হয় ২৫ বছৰীয়া পুত্ৰ সুজন বসুমতাৰী । উল্লেখ্য যে, নিহত সুজন বসুমতাৰীয়ে মাত্ৰ তিনি সপ্তাহৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । ইপিনে এই ঘটনা সংঘটিত কৰিয়েই ঘৰৰ পৰা পলায়ন কৰিছে পিতৃ তপন বসুমতাৰীয়ে ।
পিতৃৰ হাতত প্ৰাণ গল সদ্য বিবাহিত পুত্ৰৰ
নিহত যুজক জন হল সুজন বসুমতাৰী
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে পিতৃ তপন বসুমতাৰী। মাতৃ ৩ সপ্তাহ পূৰ্বে বিবাহ পাষত আবদ্ধ হৈছিল মৃত সুজনBody:ওৰাঙত পিতৃৰ হাতত প্ৰাণ গল সদ্য বিবাহিত পুত্ৰৰ
কিমান নিষ্ঠুৰ হব পাৰে এজন পিতৃ। ওদালগুৰি জিলাৰ ওৰাঙৰ আওনাজুলিত বৃহস্পতি বাৰে নিশা পিতৃৰ হাতত সদ্য বিবাহিত পুত্ৰৰ মৃত্যু হোৱাৰ জঘন্য ঘটনাই এতিয়া জোকাৰি গৈছে ওদালগুৰি ।
জানিব পৰা মতে বৃহস্পতি বাৰে নিশা ৮ .৩০ বজাত পুত্ৰ সুজন বসুমৰাৰী আৰু পিতৃ তপন বসুমতাৰীৰ মাজত সামান্য কথাতে কাজিয়াৰ সৃষ্টি হয় । এই কাজিয়াই পিছত ৰূপ লৈ হত্যা কাণ্ডে। পিতৃ তপন বসুমতাৰীয়ে চোকা অস্ত্ৰৰে বুকুত ঘপিয়াই হত্যা কৰিলে নিজ পুত্ৰ সুজনক । পিতৃৰ দাৰ ঘাপত থিতাতে নিহত হয় ২৫ বছৰীয়া পুত্ৰ সুজন বসুমতাৰী। নিহত সুজন বসুমতাৰীয়ে মাত্ৰ তিনি সপ্তাহৰ পূৰ্বে বিবাহ পাষত আবদ্ধ হৈছিল । অতি মৰ্মান্তিক এই হত্যা কাণ্ডৰ ঘটনাৰ খবৰ দিয়া হোৱা নাই সুজন বসুমতাৰীৰ নৱ বিবাহিতা পত্নীক । জানিব পৰা মতে সুজন বসুমতাৰী আছিল ঘৰ খনৰ ডাঙৰ ল'ৰা । প্ৰায়েই ঘাটক পিতৃ তপন বসুমতাৰীয়ে মাদক দ্ৰব্য সেৱন কৰি পৰিয়ালৰ লোকৰ মাজত চলাই গৈছিল নানা ধৰণৰ অত্যাচাৰ । অৱশেষৰ এই অত্যাচাৰে চূড়ান্ত ৰূপ ললে বৃজস্পতি বাৰে নিশা
অমানৱীয় এই হত্যা কাণ্ডৰ ঘটনাক লৈ এতিয়া সমগ্ৰ ওৰাং অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে । ইপিনে এই ঘটনা সংঘটিৰ কৰিয়েই পলায়ন কৰিছে পাষান হৃদয়ৰ পিতৃ তপন বসুমতাৰী।
Byte- Mother, Sujan Busumatary
Byte:- Relative ( Brother)
BYTE:- relative
Conclusion: