ETV Bharat / state

কলাইগাওঁ বিধানসভা সমষ্টিত উন্নয়নৰ নামত ভেকোভাওনা !

author img

By

Published : Oct 28, 2020, 12:18 PM IST

কলাইগাঁও বিধানসভা সমষ্টিৰ এখন ভঙা দলঙৰ দুৰৱস্থা ৷ দলঙেৰে পাৰ হোৱাৰ ক্ষেত্ৰত পথাচাৰীয়ে দৈনিক ভোগী আহিছে জমৰ যন্ত্ৰনা ৷ জৰুৰী কালিন সেৱা এম্বুলেঞ্চ আদি পাৰ হোৱাৰ ক্ষেত্ৰতো দলংখন হৈ পৰিছে হেঙাৰ ৷ ৰাইজে বহুবাৰ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও লাভ পুনৰ নিৰ্মান কৰাব পৰা নাই দলংখন ৷

No development in Kalaigaon LAC
কলাইগাওঁ বিধানসভা সমষ্টিত উন্নয়নৰ নামত ভেকুভাওনা !

কলাইগাঁও,28 অক্টোবৰ:কলাইগাঁও বিধানসভা সমষ্টিৰ উন্নয়নৰ আন এক ফোপোলা স্বৰূপ। জনপ্ৰতিনিধিৰ আশ্বাসত বন্দী ৰাইজ তথা ছাত্ৰ ছাত্ৰী। এখন দলঙৰ বাবে জীয়াতু ভুগিছে এতিয়া কলাইগাঁৱৰ পানবাৰী গাঁও পঞ্চায়তৰ ৰাইজে ৷ ভঙা দলংৰ বাবে ৰোগী নিবলৈ নাহে এম্বুলেঞ্চ। উল্লেখযোগ্য যে কলাইগাঁওৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানবাৰী পঞ্চায়তৰ গলন্দীহাবিত থকা এখন দলঙৰ বাবে ৰাইজে বহুবাৰ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও লাভ পুনৰ নিৰ্মান কৰাব পৰা নাই দলংখন ৷

দীৰ্ঘদিনে ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে কেৱল লোৰ জৰ্জ কেইডালেৰে অহা যোৱা কৰিবলগীয়া হৈছে । ফলত বহু সৰু বৰ দুৰ্ঘটনা হৈ অহা পৰিলক্ষিত হৈছে । তাৰ পিছতো চৰকাৰ, জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই দলংখন পুন:নিৰ্মান কৰি নিদিলে । নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে অঞ্চলটোলৈ আহি পুন:নিৰ্মান আশ্বাস প্ৰদান কৰে যদিও ৱাস্তৱত সম্পূৰ্ণ নহ’য় সেই আশ্বাস।

লগতে পঢ়ক: সেনাৰ সৈতে সংঘৰ্ষত নিহত দুই অচিনাক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.