ETV Bharat / state

কলাইগাঁও কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু

কলাইগাঁও আৰক্ষী থানাত 48/19নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ এজাহাৰত নাম আছে বিজ্ঞান শিক্ষক যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া, আত্মীয় জুমন কলিতা আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ ।

author img

By

Published : Jul 7, 2019, 7:23 PM IST

kalaigaon

ওডালগুৰি,7 জুলাই: কলাইগাঁৱৰ কুলশীপাৰত সংঘটিত হোৱা সন্দেহজনক ঘটনাকলৈ নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিছে কলাইগাঁও আৰক্ষীয়ে । ভাৰতীয় দণ্ডবিধি আইনৰ 120 B, 417, 420, 294, 353,354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত 48/19নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । বিজ্ঞান শিক্ষক যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া, আত্মীয় জুমন কলিতা আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

কলাইগাঁওৰ কুলশীপাৰত সংঘটিত হোৱা সন্দেহজনক ঘটনাকলৈ নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিছে কলাইগাঁও আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ  120B, 417, 420, 294, 353, 354, 506, 307 ধাৰাৰ অধীনত দেওবাৰে কলাইগাঁও আৰক্ষী থানাত ৪৮/১৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।আৰক্ষীৰ এজাহাৰত নাম আছে বিজ্ঞান যাদৱ চহৰীয়া, পুত্ৰ পুলকেশ চহৰীয়া, আত্মীয় জুমন কলিতা আৰু তান্ত্ৰীক ৰমেশ চহৰীয়াৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.