ETV Bharat / state

হাইলাকান্দিত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ

ধলেশ্বৰী নৈৰ শ্মশান কালীবাড়ী ঘাটত উদ্ধাৰ হয় মৃতদেহটো ৷

হাইলাকান্দিত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ
author img

By

Published : May 29, 2019, 4:50 PM IST

হাইলাকান্দি , 29 মে': হাইলাকান্দি জিলাৰ ধলেশ্বৰী নৈৰ পৰা এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বুধবাৰে পুৱা স্থানীয়লোকে চহৰ খনৰ লক্ষ্মীচহৰ এলেকাৰ ধলেশ্বৰী নৈৰ শ্মশান কালীবাড়ী ঘাটত মৃতদেহটো প্ৰতক্ষ্য কৰে ৷

হাইলাকান্দিত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ

প্ৰতক্ষ্যদৰ্শীৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে এচ কে ৰায় অসামৰিক চিকিৎসালয়লৈ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ অবশ্যে এই পৰ্যন্ত মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ ইপিনে মৃতদেহটোত অসংখ্য আঘাতৰ চিহ্ন থকাৰ বাবে কোনোয়ে যুৱক জনক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

SLUG :: হাইলাকান্দিত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

O/C :: হাইলাকান্দিত ধলেশ্বৰী নৈৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ। হাইলাকান্দি চহৰৰ লক্ষ্মীচহৰ এলেকাত ধলেশ্বৰী নৈৰ শ্মশান কালীবাড়ী ঘাটৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো। ৰাতিপুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্হিতহৈ মৃতদেহটো উদ্ধাৰ কৰি হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটো এজন যুবকৰ বুলি জনাইছে আৰক্ষীয়ে। এতিয়ালৈকে মৃতদেহটো চিনাক্ত হোৱা নাই। মৃতদেহটোত অসংখ্য আঘাতোৰ চিহ্ন থকাৰ বাবে কোনবায় হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। 

Byte :: police

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.