ETV Bharat / state

মৰাণত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ - মৰাণ মহাবিদ্যালয়

মৰাণত গঢ় লৈ উঠিছে এখন ব্যতিক্ৰমী বজাৰে ৷ ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ নিমিত্তে গঢ় দিয়া হৈছে বজাৰখন ৷ শনিবাৰে মৰাণত ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)মৰাণ মহাবিদ্যালয়ৰ উদ্যোগত মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ ৷

unique-market-starts-at-moran
মৰাণত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ
author img

By

Published : Feb 27, 2021, 10:17 PM IST

মৰাণ,27 ফেব্ৰুৱাৰী: মৰাণত গঢ় লৈ উঠিছে এখন ব্যতিক্ৰমী বজাৰে ৷ ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ নিমিত্তে গঢ় দিয়া হৈছে বজাৰখন ৷ শনিবাৰে মৰাণত ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)মৰাণ মহাবিদ্যালয়ৰ উদ্যোগত মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ ৷

unique-market-starts-at-moran
মৰাণত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ

ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)মৰাণ মহাবিদ্যালয়ৰ তত্বাৱধায়ক ড৹ মৌচুমী গগৈ আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ নেতৃত্বত মৰাণ নগৰত আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীৰ বজাৰখনৰ দ্বাৰা শিক্ষাৰ্থীসকল স্বাৱলম্বী হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷

unique-market-starts-at-moran
মৰাণত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ

তদুপৰি, ভৱিষ্যতে অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলাৰ আদৰ্শৰে এই যাত্ৰা অব্যাহত থাকিব বুলি জানিবলৈ দি ইয়াৰ পৰা ৰাহি ধন আৰ্তজনলৈ আগবঢ়াব বুলি কয় উদ্যোক্তাসকলে ।

লগতে পঢ়কঃ নিৰ্বাচনী অধিসূচনা জাৰি : বেনাৰ আৰু পোষ্টাৰ আঁতৰোৱাত ব্যস্ত প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.