ETV Bharat / state

আইন উলংঘনকাৰীৰ বিৰুদ্ধে সষ্টম তিনিচুকীয়া আৰক্ষী - Covid 19

ডিব্ৰুগড়, নগাঁও, কাছাৰ, শোণিতপুৰ লগতে তিনিচুকীয়াটো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণ । জিলাকেইখনত 21 জুনলৈকে ক’ভিড (Covid 19) আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস নাপালে সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে ।

Tinsukia police strict against public
আইন উলংঘনকাৰীৰ বিৰুদ্ধে সষ্টম তিনিচুকীয়া আৰক্ষী
author img

By

Published : Jun 16, 2021, 5:39 PM IST

Updated : Jun 16, 2021, 10:37 PM IST

তিনিচুকীয়া, 16 জুন : তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰেন বৰুৱা আৰু যানবাহন নিয়ন্ত্ৰণ বিভাগৰ পৰিদৰ্শক অমৰজ্যোতি বাইলুংৰ নেতৃত্বত বুধবাৰে তিনিচুকীয়া থানা চাৰিআলিত ক'ভিড (Covid 19)ৰ নীতি-নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰে আৰক্ষী-প্ৰশাসন । উল্লেখ্য যে, বৰ্তমান সমগ্ৰ অসমতে কৰ'ণা (Corona) মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে । বিশেষকৈ ডিব্ৰুগড়, নগাঁও, কাছাৰ, শোণিতপুৰ লগতে তিনিচুকীয়াটো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা (Corona) সংক্ৰমণ । মঙলবাৰে চৰকাৰে নতুনকৈ জাৰি কৰা এছ অ’ পি (SOP) ত উল্লেখিত জিলাকেইখনত আৰক্ষী-প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

আইন উলংঘনকাৰীৰ বিৰুদ্ধে সষ্টম তিনিচুকীয়া আৰক্ষী

চৰকাৰৰ নিৰ্দেশনা অনুসৰি বৰ্তমান জিলাকেইখনত সৰ্তক দৃষ্টি ৰখাৰ লগতে ক’ভিড (Covid 19) নিৰ্দেশনা পালনৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে । এই জিলাকেইখনত 21 জুনলৈকে ক’ভিড (Covid 19) আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস নাপায় তেন্তে সম্পূৰ্ণ লকডাউন দিয়াৰো সম্ভাৱনা আছে ।

তিনিচুকীয়াত জৰুৰীকালীন সেৱাত কৰ্মৰত ব্যক্তিসকলৰ বাহিৰে যিসকলে নতুন এছ অ’ পি (SOP) উলংঘা কৰি যান-বাহন চলাইছে আৰু মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে তেওঁলোকৰ প্ৰতি সষ্টম হৈ পৰিছে তিনিচুকীয়া আৰক্ষী প্ৰশাসন । আৰক্ষীয়ে তেওঁলোকক ২০০০ টকাকৈ জৰিমনা বিহাৰ লগতে সজাগ কৰাৰ চেষ্টা কৰিছে ।

লগতে পঢ়ক : দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

Last Updated : Jun 16, 2021, 10:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.