ETV Bharat / state

খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যঃ পিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ - Sadiya bicycle rally news

খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা নামৰ সংগঠনটোৰ মুখ্য আহ্বায়ক অনুপ বৰুৱাই পুত্ৰ সমৰজিৎ বৰুৱাসহ 9 অক্টোবৰত মায়ঙৰ পৰা আৰম্ভ কৰিছিল চাইকেল যাত্ৰা ৷ ২০২০ চনৰ ১৫জানুৱাৰীত গুৱাহাটীত সামৰণি পৰিব উক্ত যাত্ৰাৰ ৷

Sadiya father son bicycle rally
খিলঞ্জীয়া জনগোষ্ঠীক ঐকবদ্ধ কৰাৰ লক্ষ্যঃপিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ
author img

By

Published : Nov 27, 2019, 10:48 PM IST

শদিয়া, 27 নৱেম্বৰঃ অসমত খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে পিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ ৷ চাইকেল যাত্ৰাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমুহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে যাত্ৰা পিতা-পুত্ৰৰ ৷ উল্লেখ্য যে, খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা নামৰ সংগঠনটোৰ মুখ্য আহ্বায়ক অনুপ বৰুৱাই পুত্ৰ সমৰজিৎ বৰুৱাসহ 9 অক্টোৱৰত মায়ঙৰ পৰা আৰম্ভ কৰিছিল চাইকেল যাত্ৰা ৷ মায়ঙৰ পৰা আৰম্ভ কৰা যাত্ৰাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হৈ মঙলবাৰে শদিয়াৰ কাকপথাৰত উপস্থিত হয় পিতৃ-পুত্ৰ ৷ অনুপ বৰুৱাই কাকপথাৰ অঞ্চলটোৰ বিভিন্ন সংগঠন তথা ৰাইজক সাক্ষাৎ কৰি ৰাজ্যখনত শান্তি সম্প্ৰীতি, সমন্নয়ৰ লগতে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই চাইকেল যাত্ৰা হাতত লোৱা বুলি ব্যক্ত কৰে ৷ ২০২০ চনৰ ১৫জানুৱাৰীত গুৱাহাটীত সামৰণি পৰিব উক্ত যাত্ৰাৰ ৷ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমুহক একগোট কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে অসমক কৰি অহা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পত্ৰিকা বিতৰণ কৰে পিতা-পুত্ৰই ৷ কাকপথাৰৰ পৰা বৃহস্পতিবাৰে দুয়ো উত্তৰ অসমৰ দিশে ৰাওনা হ’ব ৷

পিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ

আৰু পঢ়ক- শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং

Intro:অসমত খিলঞ্জীয়া জনগোষ্ঠীক ঐকবদ্ধ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমজুৰি পিতা-পুত্ৰৰ চাইকেল যাত্ৰা

শদিয়া : অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমুহক ঐকবদ্ধ কৰাৰ উদ্দেশ্যে এইবাৰ পিতা-পুত্ৰই নামিছে প্ৰতিবাদত ৷ খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা, অসম নামৰ সংগঠন টোৰ মুখ্য আহ্বায়ক অনুপ বৰুৱাই পুত্ৰ সমৰজিৎ বৰুৱাসহ ৯অক্টোবৰত মৰিগাঁও মায়ঙৰ পৰা এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিল ৷ মায়ঙৰ পৰা চাইকেলেৰে এই যাত্ৰা আৰম্ভ কৰি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হৈ কালি শদিয়াৰ পৰা কাকপথাৰত উপস্থিত হৈছেহি দুজনীয়া দলটো ৷ গণচেতনা মহাসভাৰ নেতাগৰাকীয়ে কাকপথাৰ অঞ্চলটোৰ বিভিন্ন সংগঠন, ৰাইজক সাক্ষ্যাৎ কৰি ৰাজ্যখনত শান্তি সম্প্ৰিতি, সমন্নয়ৰ লগতে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই চাইকেল যাত্ৰা হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰায় তিনিমহীয়া যাত্ৰাটোৰ অন্তত ২০২০চনৰ ১৫জানুৱাৰীত গুৱাহাটীত সামৰণি পৰিব ৷ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমুহক একগোট কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে অসমক কৰি অহা শোষন, বঞ্চনাৰ বিৰুদ্ধেও ৰাইজক সজাগ কৰি প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰে ৷ কাকপথাৰৰ পৰা কালিলৈ দলটোৱে উত্তৰ অসমৰ দিশে ৰাউনা হৈ ৰাইজৰ মাজত উক্ত বিষয়সমুহ দাঙি ধৰাৰ কথা উল্লেখ কৰে নেতা গৰাকীয়ে ৷ উল্লেখ্য যে অসমৰ জাতীয় সমস্যা ওপৰত এইদৰে পিতা-পুত্ৰই চাইকেলেৰে সমদল কৰি তিনিমহীয়া কাৰ্যসুচীৰে ৰাইজক সজাগ-সচেতনতা কৰাৰ বাবে যি উদ্যোগ গ্ৰহণ কৰিছে, সেইয়া নি সন্দেহ আদৰণিয় ৷ ২০১৩বৰ্ষত জন্মলাভ কৰা সংগঠনটোৰ দাবীসমুহ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কেনেদৰে গ্ৰহণ কৰে ৷ সেইয়াও এক ডাঙৰ প্ৰশ্ন ৷Body:Byte : Anup Baruah, Cycling holdrConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.