ETV Bharat / state

ডি পি এছ স্কুলৰ কৰ্মচাৰীক চাটাই কৰাক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি - দিল্লী পাব্লিক স্কুল

আই অ চি মেনেজমেণ্ট আৰু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত 22 জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে আৰু হোম গাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ডি পি এছ স্কুলৰ কৰ্মচাৰীক চাটাই কৰাক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 20, 2019, 12:46 PM IST

ডিগবৈ, 20 জুন: ডিগবৈত অসম অইল সংমণ্ডলৰ অধীনস্থ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ শতাধিক কৰ্মচাৰীৰ ৷ উল্লেখ্য যে, আই অ চি মেনেজমেণ্ট আৰু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত 22 জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে আৰু হোম গাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলত এইসকল সুৰক্ষা কৰ্মীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে ৷ সেয়েহে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবীত এনেদৰে পুৰুষ-মহিলা উভয়ে নামি পৰিছে প্ৰতিবাদত । যদিহে আই অ চিৰ মেনেজমেন্টে এই দাবী মানি নলয় তেন্তে আগন্তুক দিনত আন্দোলনমুখী হৈ এই বিদ্যালয় বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে ।

Intro:ডিগবৈত আই অ চিৰ অধীনস্থ -- দিল্লী পাব্লিক স্কুলৰ কৰ্মৰত কৰ্মচাৰীক ছাটাই কৰাক লৈ উত্তপ্ত পৰিস্থিতি বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত।

oc/vo ঃঃ ডিগবৈৰ এখন অগ্ৰণী ইংৰাজী মাধ্যমৰ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ কৰ্মৰত কৰ্মচাৰী সকলৰ ওপৰত হোৱা অন্যায় সকলোৰে চকু কপালত তুলিছে।

অসম অইল সংমণ্ডলৰ অধীনৰ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ প্ৰৱেশ দ্বাৰত শতাধিক পুৰুষ মহিলা কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, আই অ চি মেনেজ মেণ্ট আৰু বিভাগীয় কতৃপক্ষই বিদ্যালয় খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত 22 জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে ৷ ফলত বিদ্যায়লয় খনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বহু বছৰ বছৰ ধৰি কৰ্মৰত এই কৰ্মচাৰী সকলৰ পৰিবৰ্তে আই অ চি য়ে হুম গাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে ।ফলত এই সকল সুৰক্ষা কৰ্মীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে ৷ সেয়েহে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবীত এনেদৰে পুৰুষ মহিলা উভয়ে প্ৰতিবাদত নামি পৰিছে বিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত।যদিহে আই অ চিৰ মেনেজ মেন্টে এই দাবী মানি নলয় তেন্তে আগন্তুক দিনত এই কৰ্মচাৰী সকলে আন্দোলন মুখী হৈ এই বিদ্যালয় বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।
Body:Byte-kormosari
Byte-kormosariConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.