ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত নৱ-নিৰ্মিত উপ স্বাস্থ্য কেন্দ্ৰ - ভূত বাংলাত পৰিনত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰটো ৷

নিৰ্মানৰ পাছতো ফিল'বাৰীত মুকলি নহ'ল উপ স্বাস্থ্য কেন্দ্ৰ ৷ 2014 চনতে নিৰ্মান কৰা স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবৰ বাবে স্বাস্থ্য বিভাগত অনুৰোধ জনাইছে স্থানীয় লোকে ৷

people appeal to re open health centre
ভালুকৰ সাঙীত পৰিণত নৱ-নিৰ্মিত উপ স্বাস্থ্য কেন্দ্ৰ
author img

By

Published : May 8, 2020, 11:57 AM IST

ডুমডুমা, 8 মে' : ফিল'বাৰীত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ নিৰ্মানৰ পাছতো মুকলি নহ'ল উপস্বাস্থ্য কেন্দ্ৰ ৷

ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰীৰ টঙানী সোণজানৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত 2014 চনতেই ফিল'বাৰীৰ টঙানী সোণজানত নিৰ্মান কৰা হৈছিল এটা উপ-স্বাস্থ্য কেন্দ্ৰ ৷ কিন্তু পৰিতাপৰ বিষয় যে, 2014 চনতেই নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো উপ-স্বাস্থ্য কেন্দ্ৰটো ৰাইজৰ সেৱাত মুকলি কৰা নহ'ল । যাৰ পৰিপেক্ষিতত বৰ্তমান ভূত বাংলাত পৰিনত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰটো ৷

ভালুকৰ সাঙীত পৰিণত নৱ-নিৰ্মিত উপ স্বাস্থ্য কেন্দ্ৰ

আনকি নিৰ্মান কৰাৰ পিছত ব্যৱহাৰ নোহোৱাৰ বাবে জহি-খহি গৈছে স্বাস্থ্য কেন্দ্ৰটোৰ আচবাব ৷

কিন্তু দুৰ্ভাগ্যজনকভাবে অঞ্চলটোৰ ৰাইজে সামন্য ৰোগতে চিকিৎসাৰ বাবে বহুদুৰ বাট অতিক্ৰম কৰিব লগা হ'য় ৷ কিন্তু নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো কি কাৰণত স্বাস্থ্য কেন্দ্ৰটো ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা নহ'ল তাকে লৈ সচেতন মহলৰ মাজত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে ৷

যাৰ পৰিপ্ৰেক্ষিতত উপ-স্বাস্থ্য কেন্দ্ৰটো ৰাইজৰ সুবিধাৰ্থে পুনৰ নিৰ্মান কৰি মুকলি কৰিবলৈ আহবান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : দুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.