ETV Bharat / state

মাৰ্ঘেৰিটাত আৰক্ষী-কামাণ্ডোৰ উগ্ৰপন্থী বিৰোধী অভিযান

জাগুনত উগ্ৰপন্থীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ নামফাই আৰু টিংকুপানী বনাঞ্চলত অস্থায়ী শিবিৰ স্থাপন

মাৰ্ঘেৰিটাত আৰক্ষী-কামাণ্ডোৰ উগ্ৰপন্থী বিৰোধী অভিযান
author img

By

Published : Aug 9, 2019, 8:35 PM IST

মাৰ্ঘেৰিটা, 9 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম অৰুণাচল সীমান্ত জাগুনত উগ্ৰপন্থীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান ৷ উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীৰ জোৱানে ৷ অসম অৰুণাচলৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ জাগুন আৰু ইয়াৰ উপকন্ঠ অঞ্চলত দেখা গৈছে এই তৎপৰতা ৷ স্বাধীনতা দিৱস তথা ইয়াৰ পূৰ্বে কোনো ধৰণৰ কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি অধিক তীব্ৰতৰ কৰি তুলিছে আৰক্ষীৰ অভিযান । অভিযান কালত নামফাই আৰু টিংকুপানী বনাঞ্চলত অস্থায়ী শিবিৰ স্থাপন কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

Intro: Pacage--- স্বাধীনতা দিৱসৰ। প্ৰাকমুহূৰ্তত অসম অৰুণাচল সীমান্ত জাগুনত উগ্ৰপন্থীৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান , অস্থায়ী শিবিৰ স্থাপন টিংকুপানী বনাঞ্চলত আৰক্ষীৰ ।

V/O- স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হস্তম হৈ উঠিছে অসম আৰক্ষী যোৱান । উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীৰ যোৱানে অসম অৰুণাচলৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ জাগুন আৰু ইয়াৰ উপকন্ঠ অঞ্চলত । বিগত সময়চোৱাত উগ্ৰপন্থীৰ গতিবিধি পয্যবেশন কৰি বৰ্তমানে অঞ্চলটোত যাতে স্বাধীনতা দিৱস তথা ইয়াৰ পূৰ্বে কোনো ধৰণৰ উগ্ৰপন্থী কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি অধিক তীব্রতৰ কৰি তুলিছে আৰক্ষীৰ অভিযান । অভিযান কালত নামফাই আৰু টিংকুপানী বনাঞ্চলত অস্থায়ী শিবিৰ স্থাপন কৰি উগ্ৰপন্থী বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰে প্ৰকাশ । ইয়াৰ উপৰিও জাগুনৰ বিভিন্ন অঞ্চলত অসম আৰক্ষীৰ বোমা বিশেষজ্ঞৰ এটি দলে কোনো উগ্ৰপন্থী গোটে যাতে সদা ব্যস্ত অঞ্চলত কোনো ধৰণৰ বোমা নিক্ষেপ বা স্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি নিৰীক্ষণ কৰি থকা দেখা পোৱা গৈছে ।

Body:Byte-nilConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.