ETV Bharat / state

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক

লিংকমেনজনৰ পৰা এটা 9 এম এম পিষ্টল, দুই জাঁই সজীৱ গুলি, এটা মেগজিন আৰু নগদ 2500 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক
author img

By

Published : Apr 8, 2019, 8:04 PM IST

মাৰ্ঘেৰিটা,8 এপ্ৰিল: মাৰ্ঘেৰিটাৰ লেখাপানী উদয়পুৰত আলফা (স্বাধীন)ৰ এজন লিংকমেন আটক । 3 নং গাৰুৱাল ৰাইফলছৰ টহলদাৰী দলে আটক কৰে লিংকমেন বিজয় বৰাক ।

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক

বৰ্তমান লেখাপানী আৰক্ষীৰ জিম্মাত আছে বিজয় বৰা ৷ লোকজনৰ পৰা এটা 9 এম এম পিষ্টল, দুই জাঁই সজীৱ গুলি, এটা মেগজিন আৰু নগদ 2500 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

Intro:
মাৰ্ঘেৰিটাৰ লেখাপানী উদয়পুৰত আলফা (স্বাধীন)ৰ এজন লিংকমেন আটক । ৩নং গাৰুৱাল ৰাইফলছৰ টহলদাৰী দলে আটক কৰে লিংকমেন বিজয় বৰাক । বিজয় বৰা বৰ্তমান লেখাপানী আৰক্ষীৰ জিম্মাত। লোকজনৰ পৰা উদ্ধাৰ এটা ৯ এম এম পিষ্টল, দুই জাঁয় সজীৱ গুলি, এটা মেগজিন আৰু নগদ ২৫০০ টকা।Body:NILConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.