ETV Bharat / state

ডিগবৈৰ পাৱৈত মৃতদেহ লৈ ৰাজপথত ৰাইজৰ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 31, 2019, 10:49 PM IST

ডিগবৈ পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৷ হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

মংঙুলু তাঁতী
  • ডিগবৈ পাৱৈত হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
  • অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত 38 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ স্থানীয় ৰাইজৰ
  • ডিগবৈ পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা
  • ৰাইজৰ অভিযোগ নিৰ্মল দাস কালিন্দী আৰু পৰিমল দাস কালিন্দীয়ে সংঘটিত কৰিছে এই হত্যাকাণ্ড
  • ডিগবৈ বিধায়ক সুৰেন ফুকনে হত্যাকাৰীক ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ ৰাইজৰ
  • ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক নিৰ্মল দাস কালিন্দী এজন বিজেপি নেতা বুলি জানিবলৈ দিয়ে ৰাইজে
  • মৃতকৰ পৰিয়ালৰ এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে আটক কৰা নাই নিৰ্মল দাস কালিন্দী আৰু তেওঁৰ ভাতৃ পৰিমল দাস কালিন্দীক
    ডিগবৈৰ পাৱৈ

Intro:ডিগবৈৰ পাৱৈত বিজেপি নেতাই কৰা হত্যাকাণ্ডৰ ঘটনাক লৈ ডিগবৈ থানাত এজেহাৰ দাখিল কৰাৰ পাছতো বিধায়কে হিত্যকাৰীক ৰক্ষণাবেক্ষণ দিয়া অভিযোগত মৃতদেহ লৈ ৰাজপথত ৰাইজৰ উত্তপ্ত পৰিস্থিতি।

Anchor/V. O.---- ডিগবৈ পাৱৈত হত্যাকাণ্ড ঘটনা ৷ ঘটনাৰ অভিযুক্ত বিজেপি নেতা তথা ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটাৰ শাখাৰ সম্পাদক নিৰ্মল দাস কালিন্দী আৰু তেওঁৰ ভাতৃ পৰিমল দাস কালিন্দিৰ বিৰুদ্ধে হত্যাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰৰ দাবীত ডিগবৈ পাৱৈত 38 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷ মৰুণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ পথৰ মাজত থৈ পথ অৱৰোধ কৰি ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ ৰাইজৰ লগত আৰক্ষীৰে খণ্ডযুদ্ধও সৃষ্টি হয় । অভিযোগ মতে, নিৰ্মল দাসে পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে। মৃত মংঙুলু তাঁতীৰ পৰিয়াল লোকে বিজেপি নেতা আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ডিগবৈ থানাত এজেহাৰ দাখিল কৰাৰ পাছতো ডিগবৈ বিধায়ক সুৰেন ফুকনে হত্যাকাৰীক ৰক্ষনাবেক্ষন দিয়া ৰ অভিযোগ ৰাইজৰ।মৃত মুংঙুলুৰ পুত্ৰ নামকি তাঁতীক যোৱা কালি সন্ধিয়া নিৰ্মল আৰু তেওঁৰ ভাতৃ কালিন্দিয়ে বেয়াকৈ মাৰপিত কৰাত কিয় তেওঁৰ পুত্ৰক মাৰপিত কৰিছিল বুলি সুধিবলৈ অহাত দেউতাকক বেয়াকৈ মাৰপিত কৰি চোকা অস্ত্ৰৰে হত্যা কৰে।
অন্যহাতে, থানাত এজেহাৰ দিয়াৰ পাছতো বিধায়কৰ ঘনিষ্ঠ বিজেপি নেতা হোৱাৰ বাবেই আৰক্ষীয়ে আটক নকৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীয়ে প্রতিবাদত উত্তাল কৰি তুলিছে ৰাজপথ আৰু দুখীক গ্ৰেপ্তাৰৰ দাবী তুলিছে।

Body:Byte -isthanioConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.